আজাৰা: বিশ্ব অভিলেখ গঢ়িলে দক্ষিণ কামৰূপৰ মানসজ্যোতিয়ে
বিশ্ব অভিলেখ গঢ়িলে দক্ষিণ কামৰূপৰ মানসজ্যোতিয়ে । বিশ্বত অসমৰ নাম উজলালে দক্ষিণ কামৰূপৰ উপৰহালীৰ মানসজ্যোতি তালুকদাৰে। 'Worldwide Book of Records'ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল অসম সন্তান মানসজ্যোতি তালুকদাৰ। 'The Cubic Methods' নামৰ এখন কিতাপ ৰচনা কৰি বিশ্ব অভিলেখ গঢ়িলে মানসজ্যোতিয়ে।