বালিজানা: গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত গোৱালপাৰা জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উখল মাখল পৰিৱেশ
গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত গোৱালপাৰা জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উখল মাখল পৰিবেশ।গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুনকৈ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত গোৱালপাৰাৰ পূৱ সমষ্টিৰ বিধায়ক এ কে ৰশিদ আলম আৰু জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্লাৰ উপস্থিতিত ফটকা ফুটাই আনন্দ উল্লাস কৰে কৰে কংগ্ৰেছৰ দলৰ কৰ্যকতা সকলে।