মৰাণ: হাৰ্টথ্ৰৱ জুবিন গাৰ্গক শ্ৰদ্ধা জনাই খোৱাঙত বৃহৎ সমদল বাহিৰ কৰিলে খোৱাং চাহ বাগিচাৰ শ শ ৰাইজে
হাৰ্টথ্ৰৱ জুবিন গাৰ্গক শ্ৰদ্ধা জনাই খোৱাঙত বৃহৎ সমদল বাহিৰ কৰিলে খোৱাং চাহ বাগিচাৰ শ শ ৰাইজে। আনহাতে টিংখাঙৰ কেইবাটাও স্থানত জুবিন গাৰ্গৰ শেষ বিদায়ৰ কাৰ্যসূচী পোনপটীয়াকৈ চোৱাৰ ব্যৱস্থা কৰি দিয়ে মন্ত্ৰী বিমল বৰাই।