নগাঁও: প্ৰতিজন অসমীয়াৰ বুকুৰ আপোন ,প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগত শোক স্তব্ধ ৰাজ্যৰ চৌদিশ , বন্ধৰ প্ৰভাৱ নগাঁৱতো
Nagaon, Nagaon | Sep 22, 2025 *Breaking@desk* প্ৰতিজন অসমীয়াৰ বুকুৰ আপোন ,প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগত শোক স্তব্ধ ৰাজ্যৰ চৌদিশ দুদিন ধৰি সৰ্বাত্মক বন্ধ জুৰীয়াত জুৰীয়া আৰু দগাওঁ,এৰাবাৰী দুখনকৈ সদা ব্যস্ত বজাৰ সম্পূৰ্ণ ৰূপে বন্ধ গাড়ীৰ চলাচলো হ'ল সম্পূৰ্ণ ৰূপে বন্ধ