নগাঁও: জিলা খনৰ মাজমজিয়াৰে নিখিল বড়ো ছাত্ৰ পৰিষদে আজিৰ দিনটোত এক বৃহৎ সমদল ৰূপায়ন কৰে
Nagaon, Nagaon | Oct 29, 2025 নগাঁও জিলাত নিখিল বড়ো ছাত্ৰ পৰিষদে আজিৰ দিনটোত এক বৃহৎ সমদল ৰূপায়ন কৰে। বড়ো Accord 2020 গৃহীত কৰাৰ দাবীত এই সমদল ৰূপায়ন কৰা হয়। নগাঁও জিলাৰ Tribal rest Houseৰ পৰা আৰম্ভ হৈ, সমদলটো জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যাত্ৰা কৰে। সমদলত শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীয়ে শ্লোগানৰ মাজেৰে বড়ো Accord 2020 গৃহীত কৰাৰ দাবী জনায়। প্ৰতিবাদকাৰীয়ে সতর্ক কৰি কয়, দাবী নমানিলে আগন্তুক দিনত আৰু তীব্ৰ প্ৰতিবাদৰ ৰূপ কৰা হ'ব। এই আন্দোলন লগত কয় সুকীয়াক