হোজাই: মেলাৰ অশ্লীল নৃত্যয় পৰিবেশ বিনষ্ট কৰাৰ অভিযোগত জিলা আয়ুক্তৰ কাৰ্য্যালয়ত জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ জিলা আমছুৰ
Hojai, Hojai | Sep 4, 2025
মেলাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল হোজাই জিলা আমছু।মেলাৰ অশ্লীল নৃত্যয় এতিয়া কৰিছে পৰিবেশ বিনষ্ট।বৃহস্পতিবাৰে দিনৰ ৩.৩০বজাত...