নগাঁও: ধিঙৰ কুঠি বজাৰৰ মফিদুল ইছলামৰ পাইকাৰী দোকানত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা, জুইত জাহ গ'ল প্ৰায় দহ লক্ষাধিক টকাৰ সামগ্ৰী
Nagaon, Nagaon | Aug 25, 2025
ধিঙৰ কুঠি বজাৰত সোমবাৰে বিয়লি প্ৰায় তিনি মান বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।কুঠি বজাৰৰ মফিদুল ইছলামৰ পাইকাৰী...