নগাঁও: গৌৰৱ গগৈৰ জন্ম দিন মাদ্ৰাছাত উদযাপন কৰা সকলে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পাতিছে নে নাই,ৰূপহীহাটত প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ নেতাৰ
Nagaon, Nagaon | Sep 15, 2025 গৌৰৱ গগৈৰ জন্ম দিন মাদ্ৰাছাত উদযাপন কৰা সকলে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পাতিছে নে নাই , প্ৰশ্ন -ৰাইজৰ দলৰ নেতাৰ গৌৰৱ গগৈ ওপৰত নে শ্ৰীকৃষ্ণ -প্ৰশ্ন ৰাইজৰ দলৰ নেতাৰ গৌৰৱ গগৈৰ জন্মদিন পাতিবলৈ মাদ্ৰাছালৈ ঢাপলি মেলা নুৰুল হুদাই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পাতিবলৈ মাদ্ৰাছা লৈ গৈছে নে নাই সুধিলে নগাঁও জিলাৰ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাইহান উদ্দিনে ।গৌৰৱ গগৈৰ জন্মদিন উদযাপন কৰা মাদ্ৰাছাত জন্মাষ্টমী কিয় উদযাপন কৰা নাই