পশ্চিম যোৰহাট: জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ , ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত হব লগীয়া ষ্টেডিয়াম পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ , আলোচনাত মিলিত
জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হব লগীয়া স্থান পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ। গায়ন বায়ন , নাম প্ৰসংগ, দিহানাম পৰিৱেশন কৰিব অনুৰাগী সকলে । ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু যোৰহাট বাসী ৰাইজৰ সমূহীয়া প্ৰচেষ্টাত অনুষ্ঠিত হব অনুষ্ঠান । ১৩ দিনীয়া মাংগলিক কাৰ্যসূচীৰ লগতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হব। ব্যস্ত হৈ পৰিছে জিলা প্ৰশাসন , যোৰহাট আৰক্ষী ।