পশ্চিম যোৰহাট: বৰপুলৰ এটা নিৰ্মীয়মান গুদামত অঘটন,কাম কৰি থকা অৱস্থাত বিদ্যুতৰ তাৰত লাগি এজন শ্ৰমিকৰ মৃত্যু,গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত এজন
যোৰহাটৰ বৰপুলৰ এটা নিৰ্মীয়মান গুদামত অঘটন। কাম কৰি থকা অৱস্থাত বিদ্যুতৰ তাৰত লাগি এজন শ্ৰমিকৰ মৃত্যু আৰু গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত এজন। বৃহস্পতিবাৰে দিনৰ এক বজাত সংঘটিত হৈছে এই ঘটনা । JMCH ত ভৰ্তি কৰা হৈছে আঘাতপ্ৰাপ্ত শ্ৰমিক জনৰ লগতে মৃতদেহ অনা হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে । কেইমান মান পূৰ্বে উক্ত গুদামত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ।