মৰাণ: জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ দাবীৰে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল আটাছু খোৱাং আঞ্চলিক সমিতিৰ
অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী। প্ৰিয় শিল্পীজনক হেৰুৱাই যেন আজিও স্বাভাৱিক হ'ব পৰা নাই অসমৰ ৰাইজ । প্ৰিয় শিল্পী জুবিন গাৰ্গৰ এই মৃত্যুৰ উচিত তদন্তৰ দাবী উঠিছে । আজিজুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ দাবীৰে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল আটাছু খোৱাং আঞ্চলিক সমিতিৰ