নগাঁও: কাতিমাৰিগ্ৰান্টত গাওঁৰক্ষী বাহিনীৰ সহযোগত গেছ চিলিন্ডাৰ সহ চুৰ এজনক কৰায়ত্ত ৰাইজৰ
Nagaon, Nagaon | Sep 21, 2025 কাতিমাৰিগ্ৰান্টত গাওঁৰক্ষী বাহিনীৰ সহযোগত গেছ চিলিন্ডাৰ সহ চুৰ এজনক কৰায়ত্ত ৰাইজৰ । জানিব পৰা মতে নগাঁও চহৰৰ কোনোবা হোটেলৰ পৰা চুৰ কৰি বেচিবলৈ কাতিমাৰিগ্ৰান্টত লৈ ঘুৰি থকা অৱস্থাত ৰাইজে সোধ-পোছ কৰাত গম পোৱাৰ লগে-লগে গাওঁ আৰক্ষী বাহিনীক খবৰ দিয়ে। ঘটনাস্থলীত হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ আটক কৰে চুৰ জনক ।