Public App Logo
Jansamasya
National
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth

তিনিচুকীয়া: মাকুমত সুভাষ নগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ অনুষ্ঠুপিয়াকৈ শাৰদীয় দুৰ্গোৎসৱ পালন

Tinsukia, Tinsukia | Sep 30, 2025
আজি মঙ্গলবাৰ মহা অষ্টমী । জুবিন দা বিহীন দুৰ্গোৎসৱ । প্ৰাণৰ শিল্পী গৰাকীৰ বিয়োগত সমগ্র ৰাজ্যবাসী শোকত ম্ৰিয়মান । নাই কোনো শাৰদীয় উচাহ উদ্দীপনা । সমগ্র ৰাজ্যৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ মাকুম সুভাষ নগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে অনুষ্ঠুপিয়াকৈ পালন কৰিছে শাৰদীয় দুৰ্গোৎসৱ । খুব সুন্দৰ ভাৱে পূজাৰ মণ্ডৱটো নিৰ্মাণ কৰি উলিয়াইছে পূজা সমিতিয়ে ।

MORE NEWS