মৰাণ: ডোমৰ দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী বলেৰ' পিক আপ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত এগৰাকী ছাত্ৰী, এএমচিএইচলৈ প্ৰেৰণ
Moran, Dibrugarh | Sep 5, 2025
আজি শুক্ৰবাৰে দিনৰ ৩ বজাত মৰাণৰ দোমৰ দলঙত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা। দুৰ্ঘটনা টোৰ ফলত গুৰুতৰ ভাৱে আহত হৈছে এগৰাকী...