আজাৰা: ছবিগৃহত "ৰৈ ৰৈ বিনালে" চাবলৈ লুৰিণজ্যোতি গগৈ, জগদীশ ভূঞা, পংকজলোচন গোস্বামীসহ অসম জাতীয় পৰিষদৰ দলে
ছবিগৃহত "ৰৈ ৰৈ বিনালে" চাবলৈ লুৰিণজ্যোতি গগৈ, জগদীশ ভূঞা, পংকজলোচন গোস্বামীলহ অসম জাতীয় পৰিষদৰ দলে। বিজয়নগৰৰ Silver Screenত অসম জাতীয় পৰিষদৰ দলটোৱে উপভোগ কৰে। ছবিগৃহত প্ৰৱেশৰ পূৰ্বে জুবিন গাৰ্গৰ ছবিত শ্ৰদ্ধাঞ্জলি ।