Public App Logo
Jansamasya
National
���ीएसटी
Happydiwali
Railinfra4andhrapradesh
Nextgengst
Cybersecurityawareness
Pmmsy
Diwali2025
Fidfimpact
Matsyasampadasesamriddhi
Responsiblerailyatri
Andhrapradesh
���हात्मा_गांधी
���ांधी_जयंती
Gandhijayanti
Digitalindia
Fisheries
Nfdp
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds

ডুমডুমা: বৰহাপজানত শ্ৰীশ্ৰী মা কালী মন্দিৰত উপস্থিত হৈ দেৱী মাৰ শ্ৰী চৰণত সেৱা জনাই শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাই

Doom Dooma, Tinsukia | Oct 21, 2025
মঙ্গলবাৰে বিয়লি প্ৰায় ৩ বজাত ডুমডুমাৰ বৰহাপজানত আয়োজিত শ্ৰীশ্ৰী মা কালি মন্দিৰত উপস্থিত হয় ডুমডুমা সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা । কেবিনেট মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ সমূহ ৰাইজৰ মংগল কামনাৰ্থে মা কালীৰ শ্ৰী চৰণত সেৱা জনাই স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে । মাৰ আশিসত সকলোৰে জীৱনৰ পৰা অপায়- অমংগল দুৰ হৈ সুখ শান্তিৰে উপচি পৰাৰ কামনা কৰে মন্ত্ৰী গৰাকীয়ে ।

MORE NEWS