নগাঁও: দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে দেশজুৰি উদযাপন কৰা হৈছে "সেৱা সপ্তাহ", লুংচুং চাহ বাগিচাত ADCৰ ৰক্তদান
Nagaon, Nagaon | Sep 17, 2025 . দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশজুৰি উদযাপন কৰা হৈছে "সেৱা সপ্তাহ"।সেই সেৱা সপ্তাহৰ অংশ হিচাপে নগাঁও জিলাতো বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে। বুধবাৰে নগাঁও জিলা সহকাৰী আয়ুক্ত তেজশ অগ্নিহোত্ৰী ডাঙৰীয়াই অংশ ল’লে এক বিশেষ সেবামূলক কাৰ্যত। তেওঁ নগাঁৱৰ লুংচুং চাহ বাগিচাৰ চিকিৎসালয়ত অংশগ্ৰহণ কৰে ৰক্তদান কাৰ্যসূচীত। সহকাৰী আয়ুক্তই নিজে ৰক্তদান কৰি জনসাধাৰণকো আগবঢ়ালে সচেতনতা আৰু প্ৰেৰণা। এই ৰক্তদান কাৰ্যসূচীত উপস্থিত আছিল নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ