নলবাৰী: বালিকৰিয়াত তিনিদিনীয়াকৈ লক্ষ্মী পূজা উদযাপন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি,
বালিকৰিয়াত আজিৰেপৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা , ইফালে ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হয়। আনহাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন অনুৰাগী উপস্থিত থাকে