গুৱাহাটী: বিজেপি চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদক ভয় কৰে,মোদী অসমলৈ আহিলে প্ৰতিবাদ নহ'ব নেকি বুলি প্ৰশ্ন কৃষক মুক্তি নেতা
আকাশ দলে
বিজেপি চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদক ভয় কৰে,মোদী অসমলৈ আহিলে প্ৰতিবাদ নহ'ব নেকি বুলি প্ৰশ্ন কৃষক মুক্তি নেতা আকাশ দলে । আটকাধীন কৃষক মুক্তিৰ নেতা বিদ্যুৎ শইকীয়া আৰু ছাত্ৰ মুক্তিৰ সভাপতি পিন্টু গগৈক মুক্তিৰ দাবী KMSS ৰ।