ওদালগুৰি: মুদৈবড়ীত অনুষ্ঠিত হয় ইউপিপিএলৰ যোগদান সভা, উপস্থিত থাকে ইউপিপিএলৰ কেন্দ্ৰীয় মহিলা শাখাৰ উপদেষ্টা কিৰণ বড়ো
Udalguri, Udalguri | Aug 25, 2025
বড়োভুমিত চলিছে নিৰ্বাচনী গৰম বতাহ। সমাগত পৰিষদীয় নিৰ্বাচনৰ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৰাজনৈতিক দল সমুহে। সেইদৰে আঞ্চলিক...