গোলাঘাট: নেঘেৰীবিলত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ ,হুৰা হুৰে খহিছে ইটো পিচত সিটো ঘৰ, কান্দোনত ভাগি পৰিছে বেদখলকাৰী লোক
Golaghat, Golaghat | Aug 8, 2025
নেঘেৰীবিলত বিননী,চকুৰ সন্মুখতেই নিজৰ ঘৰ খন বুলড'জাৰে ভাঙি পেলালত কান্দোনত ভাগি পৰিছে সন্দেহ যুক্ত নাগৰিক সকল।শুক্ৰবাৰে...