শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদত আন্তৰ্জাতিক যোগ দিৱস উদযাপন অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ শিৱসাগৰতো Yoga for One Earth,One Health থিম লৈ উদযাপিত কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস । শিৱসাগৰ জিলা আয়ুক্ত আয়ুস গৰ্গ , জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ লগতে প্ৰায় সমুহ বিভাগৰ বিষয়া কৰ্মচাৰীৰ অংশগ্ৰহণ এই যোগ দিৱসৰ কাৰ্যসূচীত ।