Public App Logo
Jansamasya
News
Bjp
National
Police
Bihar
बिहार
India
कांग्रेस
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Jharkhand
Up
Rajasthan
Bollywood
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Cm
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh
Haryana

সোণাৰি: UCC ৰ সন্দৰ্ভত সোণাৰিত ৰাজ্যিক মিডিয়া চেলৰ মনোজ ধানোৱাৰৰ সংবাদ মেল

Sonari, Charaideo | Jun 3, 2026

MORE NEWS

♦️সোণাৰিত আৰক্ষীৰ বৃহত সফলতা
♦️সোণাৰিত বস্তাই বস্তাই বৃহত পৰিমাণৰ চুৰি সামগ্ৰী সহ চাৰি গ/ভা/ই/ত চোৰক আ/ট/ক
♦️হাবিৰ মাজত লুকুৱাই ৰখা দুবস্তা কাহ পিতলৰ বাচন, শৰাই আৰু বহু কেইপদ মূল্যবান চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় সোণাৰি আৰক্ষী।
♦️উল্লেখ্য যে সোণাৰিত প্ৰায়েই সং/ঘ/টি/ত হৈ আহিছিল চুৰি কাৰ্য।

♦️সোণাৰিত আৰক্ষীৰ বৃহত সফলতা ♦️সোণাৰিত বস্তাই বস্তাই বৃহত পৰিমাণৰ চুৰি সামগ্ৰী সহ চাৰি গ/ভা/ই/ত চোৰক আ/ট/ক ♦️হাবিৰ মাজত লুকুৱাই ৰখা দুবস্তা কাহ পিতলৰ বাচন, শৰাই আৰু বহু কেইপদ মূল্যবান চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় সোণাৰি আৰক্ষী। ♦️উল্লেখ্য যে সোণাৰিত প্ৰায়েই সং/ঘ/টি/ত হৈ আহিছিল চুৰি কাৰ্য।

Sonari, Charaideo | Jun 17, 2026

🟥সোণাৰিৰ চৰকাৰী কাৰ্যালয়ত ধৰ্মেশ্বৰ কোঁৱৰৰ চাডেন ভিজিট, উৰিল বহু কৰ্মচাৰীৰ টোপনি।
🟥কৰ্তব্যত গাফিলতি নচলিব! সোণাৰিৰ কেইবাটাও চৰকাৰী কাৰ্যালয়ত ধৰ্মেশ্বৰ কোঁৱৰৰ তীব্ৰ অভিযান।
🟥বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ একচন: অনুপস্থিত কৰ্মচাৰীৰ বিৰুদ্ধে ল’ব ডাঙৰ পদক্ষেপ!

✅️✅️

🟥সোণাৰিৰ চৰকাৰী কাৰ্যালয়ত ধৰ্মেশ্বৰ কোঁৱৰৰ চাডেন ভিজিট, উৰিল বহু কৰ্মচাৰীৰ টোপনি। 🟥কৰ্তব্যত গাফিলতি নচলিব! সোণাৰিৰ কেইবাটাও চৰকাৰী কাৰ্যালয়ত ধৰ্মেশ্বৰ কোঁৱৰৰ তীব্ৰ অভিযান। 🟥বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ একচন: অনুপস্থিত কৰ্মচাৰীৰ বিৰুদ্ধে ল’ব ডাঙৰ পদক্ষেপ! ✅️✅️

Sonari, Charaideo | Jun 16, 2026

♦️চৰাইদেউ জিলাত অনিয়ন্ত্ৰিত ই-ৰিক্সাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান বাছ মালিক সন্থাৰ
♦️জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিলে বৃহত্তৰ চৰাইদেউ জিলা বেচৰকাৰী বাছ আৰু মিনি বাছ মালিক সন্থা আৰু উজনি অসম সন্মিলিত বাছ মালিক সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে।

♦️চৰাইদেউ জিলাত অনিয়ন্ত্ৰিত ই-ৰিক্সাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান বাছ মালিক সন্থাৰ ♦️জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিলে বৃহত্তৰ চৰাইদেউ জিলা বেচৰকাৰী বাছ আৰু মিনি বাছ মালিক সন্থা আৰু উজনি অসম সন্মিলিত বাছ মালিক সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে।

Sonari, Charaideo | Jun 16, 2026