মঙলদৈ ভাগ: ৰাজ্যত ভয়ংকৰ ভূমিকম্পৰ ফলত খাৰুপেটীয়াত অবস্থিত বিশাল মেগা মাৰ্টৰ ক্ষতিসাধন
ৰাজ্যত ভয়ংকৰ ভূমিকম্পৰ ফলত খাৰুপেটীয়াত অবস্থিত বিশাল মেগা মাৰ্টৰ ক্ষতিসাধন।ৰাজ্যত ভয়ংকৰ ভূমিকম্পৰ ফলত খাৰুপেটীয়া Vishal Mega Mart ৰ ক্ষতিসাধন৷mega mart ৰ দ্বিতীয় মহলৰ গ্লাছ ভাঙি পৰাত এক হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈ যদিও কোনো লোকৰ ক্ষতিসাধন হোৱা নাই বুলি জানিব পৰা গৈছে৷