গুৱাহাটী: বুধবাৰে দিনৰ ২ বজাত উলুবাৰী CID কাৰ্যালয়ত শ্যামকানু মহন্ত পত্নী উপস্থিত হয় অনিতা ডেকা মহন্ত
বুধবাৰে দিনৰ ২ বজাত উলুবাৰী CID কাৰ্যালয়ত শ্যামকানু মহন্ত পত্নী উপস্থিত হয় অনিতা ডেকা মহন্ত। হাতত এটা বেগ লৈ ভিতৰলৈ সোমাই যায় অনিতা ডেকা মহন্ত।সাংবাদিকৰ প্ৰশ্নত কোনো উত্তৰ নিদিলে তেওঁ।