আজাৰা: ৰাজ্যত পুনৰ ধুমুহা বতাহ বৰষুণ, হোৱাৰ সতৰ্কবাণী বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ
ৰাজ্যত পুনৰ ধুমুহা বতাহ বৰষুণ হোৱাৰ সম্ভৱনা । বে অৱ বেংগল সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহা ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ অৰুণাচল প্ৰদেশ , ত্ৰিপুৰা আৰু অসমত ধুমুহা বতাহ বৰষুণৰ প্ৰভাৱ । বাক্সা,দৰং,ওদালগুৰি আৰু চিৰাংৰ বাদে সকলো জিলাতে ২৪ ঘন্টাৰ ভিতৰত ধুমুহা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ