ৰহা: চাপৰমুখ,বগলাজানত গৰাখহনীয়া আৰু পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই, উপস্থিত থাকে বিধায়ক শশীকান্ত দাস
Raha, Nagaon | Jan 10, 2025 ৰহাৰ চাপৰমুখ, বগলাজানত গৰাখহনীয়া আৰু পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই,উপস্থিত থাকে বিধায়ক শশী কান্ত দাস। শুক্ৰবাৰে পুৱা প্রায় ১০ বাজি ৩০ মিনিটত বজাত ৰহত উপস্থিত হয় মন্ত্ৰী পীযূষ হাজৰিকা,বিধায়ক শশীকান্ত দাস আৰু বিভাগৰ বিষয়া সকল , মন্ত্ৰী গৰাকী উপস্থিত হৈ ৰহাৰ চাপৰমুখ, বগলাজানত গৰাখহনীয়া আৰু পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই, মন্ত্ৰী গৰাকীৰ উপস্থিতিত অঞ্চলটোৰ ৰাইজৰ উপস্থিত থাকে।