বোকাখাত: পানবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চাইকেলে গৈ থকা এজন লোকক বন্যহস্তীৰ আক্ৰমণ,সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি
Bokakhat, Golaghat | Aug 8, 2025
কাজিৰঙা পানবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চাইকেলে গৈ থকা এজন লোকক বন্যহস্তীৰ আক্ৰমণ।গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত লোক জনক...