টিয়ক: চাৰিলেনযুক্ত পথৰ দ গাঁতত পৰিল মালবাহী ট্ৰাক, সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে চালক, পথৰ দুৰৱস্থাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত
Teok, Jorhat | Aug 2, 2025
চাৰিলেনযুক্ত পথৰ দ গাঁতত পৰিল মালবাহী ট্ৰাক । সামান্য ভাৱে আঘাতপ্ৰাপ্ত হৈছে চালক । পথৰ দূৰৱস্থাৰ বাবেই এই দুৰ্ঘটনা...