আজাৰা: ৰাণীত নিৰুদ্দেশ ১১ বছৰীয়া আচৰাফ আলী নামৰ এগৰাকী ছাত্ৰৰ
ৰাণীত নিৰুদ্দেশ ১১ বছৰীয়া আচৰাফ আলী নামৰ এগৰাকী ছাত্ৰ। ৰাণীৰ গৌৰিপুৰ-গণপতি পথৰ পৰা হঠাৎ নিৰুদ্দেশ ছাত্ৰগৰাকী। ঘটনা সন্দৰ্ভত ৰাণী আৰক্ষী চকীত এজাহাৰ ভুক্তভোগী পৰিয়ালৰ। অপহৰণৰ সন্দেহ পৰিয়ালৰ ।