আজাৰা: ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত
ৰাসলৈ মাজত মাথো আৰু কেইটামান দিন বাকী,উজনি নামনি সৰ্বত্ৰে এতিয়া ৰাসৰ প্ৰস্তুতি । ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱ সমিতিয়েও ১৫দিনীয়া কাৰ্যসূচীৰে এই বেলি উদযাপন কৰিব ৭৯ সংখ্যক ৰাস মহোৎসৱ । অহা ৫নৱেম্বৰত আৰম্ভ হব পলাশবাৰীৰ ৰাস মহোৎসৱ । ১৯ নৱেম্বৰত সামৰণি পৰিব ৰাস মহোৎসৱৰ