পশ্চিম যোৰহাট: জিলা কৰ্মচাৰী পৰিষদৰ কাৰ্যালয়ত কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত AJYCP ৰ সম্বৰ্ধনা , অভিনন্দন অনুষ্ঠান
জিলা কৰ্মচাৰী পৰিষদৰ কাৰ্যালয়ত কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত AJYCP ৰ সম্বৰ্ধনা , অভিনন্দন অনুষ্ঠান । আজি যোৰহাট স্থিত কৰ্মচাৰী পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হয় অনুষ্ঠান । অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দায়িত্ব লাভ কৰা কৰ্মকৰ্তাক সম্বৰ্ধনা জনাই অনুষ্ঠানতে । দীৰ্ঘদিন যোৰহাট জিলা সমিতিৰ পৰা প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় সমিতিৰ দায়িত্ব লাভ কৰিলে।