শিৱসাগৰ: চেপন চূণপোৰা পথৰ নঙলামৰাৰ দিচাং দলঙৰ তৎকালীন মেৰামতিৰ দাবীত চূণপোৰাত পথ অৱৰোধ
# বকতাবাসী আৰু ধিতাইপুখুৰীবাসী ৰ
শিৱসাগৰ জিলাৰ চেপন চূণপোৰা পথৰ নঙলামৰাৰ দিচাং দলঙৰ তৎকালীন মেৰামতিৰ দাবীত মংগলবাৰে পথ অৱৰোধ কাৰ্যসূচী। বকতাবাসী আৰু ধিতাইপুখুৰীবাসী ৰাইজৰ উদ্যোগত চূণপোৰা তিনিআলিত এই পথ অৱৰোধ কাৰ্যসূচী।