আজাৰা: বৰঝাৰ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত হাহাকাৰ ,বিমানবন্দৰত নোহোৱা হল বিদ্যুৎ সেৱা
বৰঝাৰ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত হাহাকাৰ । বিমানবন্দৰত নোহোৱা হল বিদ্যুৎ সেৱা । আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰায় ২০মিনিট ধৰি ব্যাহত বিদ্যুত সেৱা । বিমানবন্দৰৰ ভিতৰে বাহিৰে আনকি ৰানৱে পৰ্যন্ত ব্যাহত বিদ্যুৎ সেৱা ।টাৰ্মিনেলৰ ভিতৰত শ শ যাত্ৰীৰ বেগ পৰ্যন্ত স্থগিত হৈ পৰে চেক ইন প্ৰক্ৰিয়া । সমগ্ৰ বিমানবন্দৰত অন্তৰ্ধান হৈ পৰে এই বিদ্যুত সেৱা ।