পশ্চিম যোৰহাট: ৰৰৈয়া আৰক্ষী চকীৰ সন্মুখত জব্দ নিষিদ্ধ ড্ৰাগছ , ১০.৬ গ্ৰাম ড্ৰাগছ জব্দ কৰা হয় এজন যুৱকৰ পৰা
Jorhat West, Jorhat | Sep 12, 2025
ৰৰৈয়া আৰক্ষী চকীৰ সন্মুখত জব্দ ড্ৰাগছ । যোৰহাটৰ ৰৰৈয়া আৰক্ষী চকীৰ সন্মুখত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এই ড্ৰাগছ ।...