গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচনৰ ভোটগণনা, বুধবাৰে ৯:৪৫ বজাৰ পৰা আৰম্ভ ভোটগণনা পৰ্ব
আজি গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচনৰ ভোটগণনা, বুধবাৰে ৯:৪৫ বজাৰ পৰা আৰম্ভ ভোটগণনা পৰ্ব। ১,১১৪ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ২০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।৭ টা ৰাউণ্ডত অনুষ্ঠিত হৈছে ভোটগণনা।