দাংতল ৰাজহ চক্ৰ: সামঠাইবাৰীত গাঁও সজাগতা সভা অনুষ্ঠিত, উপস্থিত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম
আজি চিৰাং জিলাৰ সামঠাইবাৰীত গাঁও সজাগতা সভা অনুষ্ঠিত হয় ,আজিৰ এই গাঁও সজাগতা সভাত প্ৰাক্তন মন্ত্ৰী তথা আগন্তুক বিটিচি নিৰ্বাচনৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী চন্দন ব্ৰহ্ম সহ দলীয় বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।