বঙাইগাঁও ভাগ: অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাব লাগে, উত্তৰ শালমাৰাত AASU ৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্যৰ
অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অসম চৰকাৰে নিৰন্তৰ অভিযান চলাব লাগে। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰে।