হোজাই: বিহুতলী খেলপথাৰত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুৰাগীৰ,বঙালী পৰিষদৰ উদ্যোগত আয়োজন কৰা হৈছিল এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
Hojai, Hojai | Sep 23, 2025 হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বিয়োগত হোজাইত গভীৰ শোক প্ৰকাশ বিভিন্নজনৰ।হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ।মঙ্গলবাৰে দিনৰ ১০.৩০মান বজাত বঙালী পৰিষদৰ উদ্যোগত আয়োজন কৰা জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।আজি তেওঁ পঞ্চতত্ত্বত বিলীন হৈ গল হাৰ্টথ্ৰৱ জুবিন গাৰ্গ।জুবিন গাৰ্গৰ বিয়োগত একাংশয় হুকহুকাই কান্দিছে।একাংশয় আকৌ জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি তেওঁলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়।উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে হোজাই সমষ্টি