পশ্চিম যোৰহাট: প্ৰসংগ:সদৰ থানাত ৰুজু হানিট্ৰেপিং ঘটনা , গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ দুই অভিযুক্ত গজানন,নন্দকিশোৰ মুণ্ডাৰ
প্ৰসংগ : সদৰ থানাত ৰুজু হানিট্ৰেপিং ঘটনা । গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰে দুই অভিযুক্তৰ । কেইমাহ মান পূৰ্বে যোৰহাটৰ সদৰ থানাত ৰুজু হৈছিল হানিট্ৰেপিং ৰ ঘটনা। গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ । ৰাজেশ আগৰৱালা নামৰ এগৰাকী ব্যৱসায়ীক হানিট্ৰেপিং কৰাৰ অভিযোগ উত্থাপন হৈছিল গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডাৰ বিৰুদ্ধে ।