পশ্চিম যোৰহাট: কাকদোঙা মাছ বজাৰত আৰক্ষীৰ অভিযান , অভিযানত জব্দ প্ৰায় ১৩ গ্ৰাম হেৰ'ইন
কাকদোঙা মাছ বজাৰত আৰক্ষীৰ অভিযান । অভিযানত জব্দ প্ৰায় ১৩ গ্ৰাম হেৰ'ইন । বুধবাৰে সন্ধিয়া প্ৰায় ছয় বাজি ত্ৰিশ মিনিটত তিনিজনক আটক কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰে । যোৰহাটৰ কাকদোঙা মাছ বজাৰত গোপন সূত্ৰৰ পম খেদি পুলিবৰ আৰক্ষীৰ এটা দলে অভিযান চলাই । অভিযান কালত আৰক্ষীয়ে জব্দ কৰে ১৩ গ্ৰাম হেৰ'ইন । আটক কৰে তিনি জনক ।