বোকাখাত: বোকাখাটত ভয়ংকৰ পথ দূৰ্ঘটনা,গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত এজন ব্যক্তিক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি
বোকাখাটত ভয়ংকৰ পথ দূৰ্ঘটনা,গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত এজন ব্যক্তিক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি।দেওবাৰে দিনৰ প্ৰায় ২ বজাত বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গড়মুৰৰ তিলক বৰা পথৰ সমিপত ভয়ংকৰ দুৰ্ঘটনা ৷ গুৰুত্বৰভাৱে আহত এজন বাইক আৰোহী ৷ লোকজন গোসাইবাৰীৰ বুলি জানিব পৰা গৈছে ৷ ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত।