বালিজানা: চহৰৰ দোস্তীনগৰত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহ সাধাৰণ সম্পাদকে জুবিন গাৰ্গৰ গীত কপিৰাইট কৰা মুস্তাফিজুৰক গ্ৰেপ্তাৰৰ দাবী
চহৰৰ দোস্তীনগৰত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহ সাধাৰণ সম্পাদক আনিমুল হক চৌধুৰীৰ জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী কপি কৰা মুস্তাফিজুৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহ সাধাৰণ সম্পাদক আনিমুল হক চৌধুৰীয়ে কয় যে ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানে সুৰ সম্ৰাট তথা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী গীতটোকলৈ ব্যৱসায় কৰিব খুজিছে।