গুৱাহাটী: খানাপাৰাত ৫৫০০ টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি প্ৰদান
খানাপাৰাত ৰবিবাৰে ৫৫০০ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হয় । খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত টেট উত্তীৰ্ণ ৫৫০০ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।