নলবাৰী: চহৰস্থিত নলবাৰী ৰেল ষ্টেচনত আমৰণ অনশনত বহিল জ্যেষ্ঠ নাগৰিক , দূৰণিবটীয়া ৰেল ৰখোৱাৰ দাবী
নলবাৰীত আমৰণ অনশনত বহিল জ্যেষ্ঠ নাগৰিক।দূৰণিবটীয়া ৰেল নলবাৰী ষ্টেচনত ৰখোৱাৰ দাবীৰে অনিৰ্দিষ্টকাললৈ আমৰণ অনশনত বহিল জিলাখনৰ জ্যেষ্ঠ নাগৰিক সকল ।উল্লেখযোগ্য য়ে ৰাতিপুৱাৰে পৰা নলবাৰী জিলা জেষ্ঠ নাগৰিক সন্মিলনৰ আহবানত অনিদিষ্ট কাললৈ আমৰণ অনশন ।