আজাৰা: কামৰূপ জিলাত ভাৰতীয় নিৰ্বাচনী প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিলে ইণ্ডোনেছিয়াৰ প্ৰতিনিধি দলে
ইণ্ডোনেছিয়াৰ সাধাৰণ নিৰ্বাচন আয়োগৰ চাৰিজনীয়া প্ৰতিনিধিদল ক্ৰমে ইধাম হ'লিক, চেল্লি হার্লিনি, মাৰিঅ ভেলেনটিনাছ প'লুকান আৰু জোহান তেগুহ লেছ্মানাই কামৰূপ জিলা পৰিদৰ্শন কৰে । উক্ত দলটোৱে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থা আৰু নিৰ্বাচনৰ ক্ষেত্ৰ স্তৰীয় প্ৰস্তুতি সম্বন্ধে বুজ লয়।