নগাঁও: চুতীয়া সকলৰ জনজাতি স্বীকৃতি বিচাৰি "অৱস্থান ধৰ্মঘট চুতীয়া জাতিৰ বিভিন্ন দল সংগঠনৰ
Nagaon, Nagaon | Nov 1, 2025 সদৌ চুতীয়া জাতি সন্মিলনৰ আৰু চুতীয়াৰ যুৱ সন্মিলন নগাঁও জিলা সমিতিৰ যৌথ উদ্যোগত তথা ভাতৃ -ভগ্নী সংগঠন আৰু চুতীয়া জনগোষ্ঠীয় ৰাইজৰ সহযোগত চুতীয়া সকলৰ জনজাতি স্বীকৃতি বিচাৰি "অৱস্থান ধৰ্মঘট" ৰূপায়ন কৰে। দল সংগঠনে অসম চৰকাৰ তথা ভাৰতৰ চৰকাৰৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় বিগত দিনবোৰত চৰকাৰে তেওঁলোকক প্ৰতাৰণা কৰি আহিছে। চুতীয়া সকলক জনজাতি স্বীকৃতি দিয়াৰ নামত আশ্বাস দি আহিছিল পূৰ্ব চৰকাৰে কিন্তু বৰ্তমানৰ অসম চৰকাৰেও ইয়াৰ কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সংবা