ধিঙত বিদ্যালয়ত সহপাঠীক চিকুটাৰ বাবে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে এটি কনমানিক এজন অভিভাৱকে।গুৰুতৰ ভাৱে আহত কনমানি ছাত্ৰক চিকিৎসালয়ত ভৰ্তি।নগাঁৱৰ ধিঙৰ পলাশতলী মুক্তাৱ বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰক গুৰুলাগুৰুলকৈ মাৰ পিট কৰে অভিভাবকে ।এজন ছাত্ৰৰ অভিভাৱক ছাইফুল ইছলামে বিদ্যালয় চুটীৰ পিছত বিদ্যালয়ৰ সনমুখতে গছৰ ডালেৰে গুৰুলা-গুৰুল কৈ প্ৰহাৰ ছাত্ৰ জনক।ছাত্ৰ জনক প্ৰহাৰ কৰাৰ পিছতেই কনমানি ছাত্ৰৰ পিতৃয়ে ধিং আৰক্ষী থানাত ছাইফুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ন্যায় বিচাৰে।উল্লে