তিনিচুকীয়া: চীনা পট্টিৰ মাকুম ৰোডত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা পালন
আজি বিশ্ব খনিকৰ দেৱশিল্পী শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা ।সমগ্ৰ বিশ্বৰ লগতে তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত পালন কৰিছে বিশ্ব কৰ্মা পূজা । তাৰ সমান্তৰালভাৱে মাকুম ৰোড স্থিত চীনা পট্টিত অঞ্চলৰ ৰাইজে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা । সেই উপলক্ষে বুধবাৰে পুৱাৰ পৰা বিয়লি ৩ বজা পর্যন্ত বিভিন্ন স্থানৰ পৰা ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে