ডুমডুমা: ৰূপাই হাইস্কুল খেলপথাৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীক চেক বিতৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
শুকুৰবাৰে দুপৰীয়া প্ৰায় ১ বজাত ৰূপাই হাইস্কুল খেলপথাৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীক চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডুমডুমা বিধানসভা সভা সমষ্টিৰ মুঠ ১৩,৮২২গৰাকী হিতাধিকাৰীৰ মাজত এই চেক বিতৰণ মুখ্যমন্ত্ৰী গৰাকীৰ সভাত উপস্থিত থাকে মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ প্ৰদান বৰুৱা, শদিয়াৰ বিধায়ক বলিন চেতিয়া, তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিসান, ডিগবৈৰ বিধায়ক সুৰেন ফুকনে ।